বৰদলনি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত খনা কৃষ্ণপুৰ আঞ্চলিক শাখা সহযোগত তিনিদিনীয়াকৈ টেনিছ বল প্ৰতিযোগিতা।
বৰদলনি কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত খনা কৃষ্ণপুৰ আঞ্চলিক শাখা সহযোগত তিনিদিনীয়াকৈ টেনিছ বল প্ৰতিযোগিতা। গাঁও অঞ্চলৰ প্ৰতিভা সম্পন্ন খেলুৱৈক আগুৱাই নিয়া মূল লক্ষ্য জাতীয় সংগঠনৰ টোৰ । বিভিন্ন আজিৰ নৱ প্ৰজন্মই নিচা জাতীয় দব্য আক্ৰান্ত হোৱা বাতৰি পোৱা লগতে উঠি অহা নৱ প্ৰজন্মক নিচা জাতীয় দব্য পৰা আঁতৰাই খেলৰ জৰিয়তে যাতে অনাগত দিনত বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰিব পাৰি এই ক্ষেত্ৰৰে গাঁও অঞ্চলত বসবাস কৰা যুৱক সকলৰ এখন মঞ্চ প্ৰদান কৰিবলৈ আজিৰ খেল খন অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে। আজি উক্ত সভাত বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পলাশ ৰঞ্জন দাস, জাতীয় সংগঠনৰ টোৰ জিলা যুটীয়া সম্পাদক পনব বৰ্মন, মুখ্য সাংগঠনিক সম্পাদক জিলাৰ বিজু বৰ্মন, জিলা সহকাৰী সম্পাদক নন্দ বৰ্মনৰ লগতে জিলা আৰু আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।