Posts

Showing posts from November, 2024

বৰদলনিত,বৰদলনি বিহু সুৰক্ষা সমিতিৰ ৰাজহুৱা সভা,

Image
বৰদলনি:২০:নবেম্বৰ: বৰদলনিত,বৰদলনি বিহু সুৰক্ষা সমিতিৰ ৰাজহুৱা সভা, অসমীয়া জাতিৰ হিয়া আঁমঠু বিহু,বিহু লগতে অসমীয়া জাতীয় জীৱনৰ হেঁপাহৰ লোক বাদ্য সংস্কৃতি, সাংস্কৃতিক জাতীয় সম্পদ সমূহক সুৰক্ষা প্ৰদান কৰা ক্ষেত্ৰ গঠন হোৱা বিহু সুৰক্ষা সমিতিৰ অন্যতম।বিহু সুৰক্ষা সমিতিয়ে বিহুৰ লগতে অসমীয়া জাতীয় সম্পদ সমূহক জীয়াই ৰখা ক্ষেত্ৰ গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰি অহা সমান্তৰাল ভাৱে বিহু সুৰক্ষা সমিতিৰ ধেমাজি জিলা অন্যতম শক্তশালী সমিতি বৰদলনি আঞ্চলিক সমিতিৰ, বুধ বাৰে আবেলি বৰদলনি লিটল গড় মডেল স্কুলৰ প্ৰাংগণত বিহু সুৰক্ষা সমিতি বৰদলনি আঞ্চলিক সমিতিৰ গুৰুত্বপূৰ্ণ ৰাজহুৱা সভা আয়োজন কৰা হয়।আজি সভাত শৰৎ বড়া সভাতিত্ব কৰা লগতে সভাৰ উদেশ্য বাখ্যা আগবঢ়ায় বৰদলনি আঞ্চলিক সম্পাদক ললিত শইকীয়াই,আজি সভাত আগন্তুক দিনত কৰিব লগীয়া কৰণীয় কামৰ সন্দৰ্ভত আলোচনা কৰা লগতে আগন্তুক দিনত অসমীয়া হিয়াৰ আঁমুঠ হেঁপাহৰ বিহু সুৰক্ষা ক্ষেত্ৰত আলোচনা কৰাৰ লগতে বিভিন্ন বিষয় ওপৰত আলোচনা কৰা হয়।লগতে বৰদলনি বিহু সুৰক্ষা সমিতিৰ পুৰনি সমিতি খনক ভঙ্গ কৰি এখনি নতুন সমিতি খন গঠন কৰা সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাৰ সৰ্ব সন্মতি...