ধেমাজিত জিলা বিজেপি কৰ্মশালা অনুষ্ঠিত

ধেমাজি:৩ ডিচেম্বৰ:ধেমাজি বিজেপি জিলা মুখ্য কাৰ্যালয়ত জিলা বিজেপি কৰ্মশালা 







বুধবাৰে দিনৰ 11,30 মিনিট বিজেপি ধেমাজি জিলাৰ মুখ্য কাৰ্যালয়ত জিলা বিজেপি সভানেত্ৰী সভাইজিলা বিজেপি কৰ্মশালা আয়োজন কৰা হয়। উক্ত সভাত আগন্তুক দিনত কৰিবলগীয়া কৰণীয় কামৰ সম্পৰ্কে আলোচনা লগতে ৰাষ্ট্ৰীয় দল টোক আগুৱাই নিয়া ক্ষেত্ৰ গুৰুত্ব পূৰ্ণ ভাৱে আলোচনা কৰা হয়।



 




উক্ত সভাত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাঃ ৰনোজ পেগু, জিলা বিজেপি সভানেত্ৰী rupa কামান, জিলা প্ৰভাৰী ঋতুপৰ্ণ বৰুৱা লগতে বিজেপিৰ জিলা সমিতিৰ বিষয় ববীয়া সকল, বিভিন্ন মণ্ডল সমিতিৰ বিষয় ববীয়া সকল, বিভিন্ন বুথ সমিতিৰ বিষয় ববীয়া সকল আৰু ৰাইজ সকল উপস্থিত থাকে।

Gogamukhnews,gogamukhlive ধেমাজি 

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য