ধেমাজিত জিলা কংগ্ৰেছ কমিটীৰ গুৰুত্ব পূৰ্ণ সভা
ধেমাজিত জিলা কংগ্ৰেছ কমিটীৰ গুৰুত্ব পূৰ্ণ সভা
আগন্তুক নিৰ্বাচন বাবে বিভিন্ন ৰাজনৈতিক দলে গাঁও গাঁও প্ৰস্তুতি চলোৱা সমান্তৰাল ভাৱে ধেমাজি পিছ ৰোৱা নাই জাতীয় কংগ্ৰেছ, সমান্তৰাল ভাৱে দেওবাৰে দিনৰ 12 বজাত ধেমাজি নগৰত অৱস্থিত কংগ্ৰেছ কমিটীৰ মুখ্য কাৰ্যালয়ত পৰ্যায়লোচনা সভা আয়োজন কৰা হয়।
আজি উক্ত সভাত যোৱা 1 ডিচেম্বৰত তাৰিখৰ পৰা হৈ যোৱা ৱাৰ্ড সন্মিলনৰ সন্দৰ্ভত আলোচনা কৰা হয়।আৰু আগন্তুক দিনত ৰাষ্ট্ৰীয় দল টোক আগুৱাই নিয়া ক্ষেত্ৰ আলোচনা কৰা লগতে আগন্তুক দিনত কৰিব লগীয়া কৰণীয় কামৰ সন্দৰ্ভত আলোচনা কৰা হয়।
আজি উক্ত সভাত ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰা, জিলা মহিলা কংগ্ৰেছ,যুৱ কংগ্ৰেছৰ লগতে জিলা সমিতিৰ বিষয় ববিয়া সকল ,যুৱ কংগ্ৰেছৰ বিষয় ববিয়া সকল ব্লক,মণ্ডল পৰ্যায় শীৰ্ষ বিষয় ববিয়া, সকল উপস্থিত থাকে ।



Comments
Post a Comment