কেৰেলাত জে কে এচ ইন্দিয়া ইন্টাৰনেছনেল কাপত ধেমাজি খেলুৱৈ সাফল্য সৰ্বমুঠ ৩০ টা পদক অৰ্জন কৰি ১২টা সোণ, ৯টা ৰূপ, ৯টা ব্ৰঞ্জ পদক লাভ

 ধেমাজি :৫ ডিচেম্বৰ:কেৰেলাত জে কে এচ ইন্দিয়া ইন্টাৰনেছনেল কাপত ধেমাজি খেলুৱৈ সাফল্য সৰ্বমুঠ ৩০ টা পদক অৰ্জন কৰি ১২টা সোণ, ৯টা ৰূপ, ৯টা ব্ৰঞ্জ পদক লাভ 

 কে এচ ইন্দিয়া ইন্টাৰনেছনেল কাপ ২০২৪ প্ৰতিযোগিতা খনি ২৯ নবেম্বৰ পৰা ১ ডিচেম্বৰ ২০২৪ তাৰিখলৈকে ভি কে এন মেনন ইন্দৌ ষ্টেডিয়াম থ্ৰিছুৰ, কেৰেলা অনুষ্ঠিত হয়।



উক্ত প্ৰতিযোগিতাত ধেমাজি জিলা কাৰাটে খেলুৱৈ সকলোৰ সাফল্য দেখিবলৈ পোৱা যায়। খেল খনত ধেমাজিৰ পৰা ৩২ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।



উল্লেখযোগ্য যে ধেমাজি জিলা কাৰাটে প্ৰশিক্ষক দিগন্ত চুতীয়াৰ নেতৃত্বত হোৱা খেলুৱৈ সকলে সৰ্বমুঠ ৩০ টা পদক অৰ্জন কৰিবলৈ সক্ষম হয়। ১২ টা সোণ, ৯টা ৰূপ, ৯টা ব্ৰঞ্জ পদক লাভ কৰে বুলি জানিব পৰা যায়।

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য