গোগামুখত অসম আৰক্ষীত কৰ্মৰত বিতুপন দাসৰ তত্বাবধানত অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত উতীৰ্ণ হবলৈ অনুশীলন লিখিত পৰীক্ষাত

 গোগামুখত অসম আৰক্ষীত কৰ্মৰত বিতুপন দাসৰ তত্বাবধানত অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত উতীৰ্ণ হবলৈ অনুশীলন লিখিত পৰীক্ষা

বছৰ বছৰ ধৰি গাঁও অঞ্চলৰ যুৱক যুৱতীক আগুৱাই নিয়া লক্ষ্যৰে বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰি আহিছে আৰক্ষী জোৱান জনে

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত দেশৰ লগতে ৰাজ্য গাঁও নগৰত বসবাস কৰা যুৱক যুৱতী সকলৰ বাবে অসম আৰক্ষীৰ AB,UB,SI,CRPF,BSF ITBP,CISF,ADRE ত পদ মুকলি কৰে যদিও একাংশ যুৱক যুৱতী সকলে উচ্চ শিক্ষা পাছতো পৰীক্ষাত পিছ পৰি সাফল্যৰ বাবে ৰৈ যোৱাত 

ধেমাজি জিলাৰ গোগামুখ ভেৱেলি নিবাসী অসম আৰক্ষীত কৰ্মৰত বিতুপন দাস নেতৃত্বত সন্ধান whatsapp গ্ৰুপৰ উদ্যোগত ৰদে বৰষুণে গাঁও যুৱক যুৱতী সকলক আগুৱাই নিয়া লক্ষ্যৰে জন্ম হোৱা গ্ৰুপৰ বৃহৎ সাফল্য লাভ কৰা দেখা যায়।

 গাঁও অঞ্চলত বসবাস কৰা যুৱক যুৱতী সকলক AB,UB,SI,CRPF,BSF ITBP,CISF ত অন্তৰ্ভুক্ত কৰিবলৈ জন্ম হোৱা গ্ৰুপৰ উদ্যোগত আজি চাকৰি পোৱা যুৱক সকল সম্বৰ্ধনা জনোৱা অনুষ্ঠান আয়োজন কৰা হয়।

সন্ধান whatsapp গ্ৰুপৰ উদ্যোগত প্ৰশিক্ষণ বা অনুশীলন কৰা চাৰি গৰাকী যুৱকৰ লগতে এগৰাকী যুৱতীয়ে CRPF,BSF ITBP,CISF এই সমূহ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বাবে উতীৰ্ণ হৈ অঞ্চল টোলৈ আৰু সন্ধান whatsapp গ্ৰুপ লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় সাফল্যতা নিদৰ্শন দাঙি ধৰাত বহু গুনেই নিজকেই সুখী বুলি অসম আৰক্ষী জোৱান জনে মন্তব্য আগবঢ়ায়।

ইফালে আজি দেওবাৰে ভেবেলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম আৰক্ষীৰ AB,UB,SI লিখিত পৰীক্ষাৰ বাবে 

সুবিধা হোৱা কৈ অনুশীলন লিখিত পৰীক্ষাৰ অনুষ্ঠিত কৰা লগতে পৰীক্ষা দিবলৈ ওলাই আহিছে শ শ যুৱক যুৱতী।

ইফালে আজি উক্ত অনুষ্ঠানত গোগামুখ থানাৰ OC প্ৰণৱ দলেৰ লগতে ঠেঙাল কছাৰী ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতি বিপ্লৱ ঠেঙাল আৰু অঞ্চলটোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল, যুৱক যুৱতী সকল উপস্থিত থাকে।


Gugamukhlive tultuldutta- 9380562315

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য