সন্ধান whatsapp গ্ৰুপৰ বৃহৎ সফলতা, আনন্দত আত্মহাৰা অঞ্চল জুৰি

 সন্ধান whatsapp গ্ৰুপৰ বৃহৎ সাফলতা, আনন্দত আত্মহাৰা অঞ্চল জুৰি 

গোগামুখ :১৪ ডিচেম্বৰ: ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে বিভিন্ন সময়ত দেশৰ লগতে ৰাজ্য গাঁও নগৰত বসবাস কৰা যুৱক যুৱতী সকলৰ বাবে অসম আৰক্ষীৰ AB,UB,SI,CRPF,BSF ITBP,CISF ত পদ মুকলি কৰে যদিও একাংশ যুৱক যুৱতী সকলে উচ্চ শিক্ষা পাছতো অনুশীলন আৰু পৰীক্ষা ত পিছ পৰি যোৱাত 

ধেমাজি জিলাৰ গোগামুখ ভেৱেলি নিবাসী অসম আৰক্ষীত কৰ্মৰত বিতুপন দাস নেতৃত্বত সন্ধান whatsapp গ্ৰুপৰ উদ্যোগত 

ৰদে বৰষুণে গাঁও যুৱক যুৱতী সকলক আগুৱাই নিয়া লক্ষ্যৰে জন্ম হোৱা গ্ৰুপৰ বৃহৎ সাফল্য লাভ কৰা দেখা যায়। গাঁও অঞ্চলত বসবাস কৰা যুৱক যুৱতী সকলক AB,UB,SI,CRPF,BSF ITBP,CISF ত অন্তৰ্ভুক্ত কৰিবলৈ জন্ম হোৱা গ্ৰুপত আজি আনন্দত আত্মহাৰা হোৱা দেখা যায় অঞ্চল জুৰি।

কিয় নো সন্ধান whatsapp গ্ৰুপৰ উদ্যোগত প্ৰশিক্ষণ বা অনুশীলন কৰা তিনি গৰাকী যুৱকৰ লগতে এগৰাকী যুৱতীয়ে CRPF,BSF ITBP,CISF এই সমূহ কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বাবে উতীৰ্ণ হৈ অঞ্চল টোলৈ আৰু সন্ধান whatsapp গ্ৰুপ লৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 

ইফালে অহা দেওবাৰে অৰ্থাৎ ১৫ ডিচেম্বৰ তাৰিখে ভেবেলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম আৰক্ষীৰ AB,UB,SI লিখিত পৰীক্ষাৰ বাবে 

সুবিধা হোৱা কৈ অনুশীলন লিখিত পৰীক্ষাৰ অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে।


যি কোনো বাতৰি বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 9380562315 

(Tultuldutta dhemaji)


Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য