গোগামুখত পথ দুৰ্ঘটনা

গোগামুখ 3 ডিচেম্বৰ:গোগামুখত শোকাৱহ পথ দুৰ্ঘটনা, থিতাতেই নিহত এজন লোক 







বুধ বাৰে ৰাতি পুৱা প্ৰায় ৭ মান বজাত গোগামুখ চাৰিআলিৰ NHPC ৰোডৰ অংকিত মটৰ দিলাৰ সমীপত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা, পথ দুৰ্ঘটনা ফলত থিতাতেই নিহত এজন লোক ।বাতৰি তৈয়াৰ কৰা সময়ৰ লৈকে জানিব পৰা মতে 



 




নামনি সোৱনশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ পোৱাই কৰ্ম সূত্ৰই ওলাই অহা এজন ব্যক্তিক ডাম্পাৰে খুন্দিয়াই থৈ যোৱাত,ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় লোকজন ,









মৃত লোকজনৰ বেৰভঙা ৰতোৱাৰ বিনন্দ কুলি বয়স 35, বুলি জানিব পৰা গৈছে।

ঘটনা বিৱৰণ বাতৰি তৈয়াৰ কৰা সময়ৰ লৈকে জানিব পৰা হোৱা নাই যদিও ঘটনা থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত।

গোগামুখ 3 ডিচেম্বৰ

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য