ৰাতি পুৱা সোনকালে শুই উঠিলে কি হয়

Gogamukh news:৪ডিচেম্বৰ - ৰাতি পুৱা সোনকালে শুই উঠিলে কি হয়।







ৰাতি পুৱা সোনকালে শুই উঠিলে নিজৰ স্বাস্থ ক্ষেত্ৰ কি কি পৰিবৰ্তন দেখা দিয়ে ।

আজি যুগত মানুহে নিজৰ দেহ টো সুন্দৰ আৰু সুস্থ কৰি ৰাখিবলৈ শৰীৰ চৰ্চা লগতে যোগাষন কৰা দেখা যায়।লগতে এই সমূহ কৰিলে মানুহৰ মন সুস্থিৰ হয় স্বাস্থ ভাল থাকে, দৈনিক আপুনি শৰীৰ চৰ্চা লগতে যোগাষন কৰিলে গা বিষ ইত্যাদি বিভিন্ন সমস্যা সমাধান হব বুলি গণ্য কৰা হয়।










ইয়াৰ ওপৰিও আপুনি যদি ৰাতিপুৱা সোনকালে উঠে তেতিয়া হলে আপোনাৰ দেহ স্বাস্থ,মন সুস্থিৰ হৈ পৰিব।লগতে ৰাতি পুৱা সোনকালে উঠি এই কেইটা কাম কৰিলে দেহৰ লগতে স্বাস্থ প্ৰতি ভাল প্ৰদৰ্শন লাভ কৰিব পাৰি বুলি ধাৰণ কৰা হয়।

ক, ৰাতি পুৱা যদি আপুনি সোনকালে শুই উঠি নিজৰ হাতৰ তলুৱাৰ কেইখন খুব জোৰত ঘহী আপোনাৰ চকুত তাৰ গৰম ভাৱ দিয়া লগতে খালি ভৰিয়ে বনৰ ওপৰত যদি আপুনি খোজ কাঢ়ে তেতিয়া চকু ভালেই থাকে বুলি গণ্য কৰা হয়।

খ, ৰাতি পুৱা শুই সদায় ১০ মিনিট সাধাৰণ সৰু সৰু আপুনি জনা ব্যায়াম কৰিবলৈ চেষ্টা কৰক। ব্যায়াম কৰিলে আপোনাৰ দেহৰ জাম হৈ থকা চৰ্বি সমূহ লাহে লাহে নাইকিয়া হব ।

গ, ৰাতি পুৱা শুই উঠি ঠাণ্ডা বতাহ বলি থকা ঠাইত উপস্থিত হৈ নিজান ঠাই খিনিত এক মিনিট পৰ্যন্ত চকু মুড়ি ধ্যান কৰক ,মন মগজু শক্তিৰ বৃদ্ধি পাব।

ঘ, ৰাতি পুৱা একাংশ লোকে গৰম পানী খাই যদিও দাত ঘহি খালী পেটত মানুহে প্ৰথম পানী খাব লাগে।

ঙ, ৰাতি পুৱা সদায় কম কৈ খাদ্য গ্ৰহণ কৰিব লাগে।

চ, সোনকালে শুই উঠিলে দেহ মন সুস্থিৰ হোৱা লগতে কামত মন বহে, দিনটো ভালে যায়, বেলি ওলাই এপৰ যোৱা পিছত দেৰি লৈকে শুই উঠিলে কাম কৰিবলৈ এলাহ লগা যেন অনুভব হয়,টোপনি টোপনি লাগি থাকে, ভুক নোহোৱা হয়।

লগতে সাধাৰণ জীৱনত কবলৈ গলে এই সমূহক একো একো টা বৰদান হিচাপে ধৰা হয়। সৰু পৰা আমি জানো যে সদায় ৰাতি সোনকালে শুই সোনকালে উঠিব লাগে বুলি ।

ধন্যবাদ জনালোঁ,

(এই তথ্য সমূহত বিজ্ঞানী সকলেও কয় যদিও ইয়াৰ কোনো প্ৰমাণ নাই ,লগতে এই তথ্য সমূহ সাধাৰণ জ্ঞান লগতে বৰ্তমান দেখি অহা জীবনৰ হয় যদিও ইয়াৰ কোনো প্ৰমাণ নাই )

বাতৰি আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 9380562315

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য