বৰদলনিত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা।

 বৰদলনিত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা।

বিজয়ী দলক নগদ দহ হাজাৰ টকাৰে পুৰস্কিত কৰিব।


 গোগামুখ 25 জানুৱাৰী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰদলনি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু "সমন্বয়" বৰদলনি সহযোগত বৰদলনি আন্তঃবিদ্যালয় প্ৰাইজমানি কুইজ প্ৰতিযোগিতাখনি এদিনীয়া কাৰ্যসূচীৰে বৰদলনি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰে।


উক্ত প্ৰতিযোগিতাত বৰদলনি ১৫ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।



উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতি যুটীয়া সম্পাদক বিষ্ণু শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সদস্য শৰৎ চুতীয়া, জিলা সমিতিৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই লগতে জিলা বিষয়ববীয়া সকল।

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য