গোগামুখত বিজেপি গোগামুখ মণ্ডল নতুন কাৰ্যালয় আধাৰশিলা স্থাপন অনুষ্ঠান
গোগামুখত অটল বিহাৰী বাজপেয়ী ৰ ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠান,
বুধবাৰে গোগামুখ মণ্ডলত স্থায়ী অটল বিহাৰী বাজপেয়ী ভৱনৰ মাংগলিক নিয়মৰ মাজেৰে আজি আধাৰশিলা স্থাপন অনুষ্ঠান আয়োজন কৰা হয়।
উক্ত ক্ষণত বিভিন্ন দিশৰ সম্পৰ্কে আলোচনা কৰাৰ লগতে বিজেপি গোগামুখ মণ্ডলৰ এই ভৱনটো বহু ক্ষেত্ৰত সহায় হব বুলি জানিবলৈ দিয়ে।
উক্ত কাৰ্যসুচীত জিলা সমিতিৰ উপ-সভাপতি গৌৰী শংকৰ ডেকাবৰুৱা, সাধাৰণ সম্পাদক দ্বয় খগেন ভূঞা, আৰু বিপ্লৱ কোঁৱৰ, জিলা যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়া, জিলা সামাজিক মাধ্যম কোষৰ আহ্বায়ক পূৰ্ণ কান্ত চুতীয়া, জিলা পৰিষদৰ প্ৰাক্তন সভাপতি মোহন গগৈ দেৱকে প্ৰমূক্ষে কৰি জ্যেষ্ঠ ব্যক্তি সকল আৰু গোগামুখ মণ্ডলৰ সকলো স্তৰৰ বিষয়ববীয়া ও কাৰ্যকৰ্তা উপস্থিত থাকে।



Comments
Post a Comment