উদ্ধাৰ হল দহ মাহৰৰ পূৰ্বে সন্দ্ধানহীন হৈ থকা ভাৰতীয় সেনাযোৱানৰ মৃতদেহ

 উদ্ধাৰ হল দহ মাহৰৰ পূৰ্বে  সন্দ্ধানহীন হৈ থকা ভাৰতীয় সেনাযোৱানৰ মৃতদেহ 



গোগামুখ ,9জুলাই মঙ্গল বাৰে দিনৰ প্ৰায় 12 মান বজাত পৰিয়ালৰ লোকে সংবাদ মাধ্যমক অৱগত কৰোৱাৰ অনুসৰি গোগামুখৰ গৌতম ৰাজবংশী,দহমাহৰ পূৰ্বে লাডাখত প্ৰশিক্ষণ দি থকা অৱস্থাত মৃত্যু মূখত পৰিছিল ভাৰতীয় সেনাৰ জুৱান জন।

লাডাখত অক্টোবৰ মাহত,ঘন বৰফে আৱৰি ৰখা বাবে সেই সময়ত মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল ভাৰতীয় সেনাই। লগতে সেনা তৰফৰ পৰা পৰিয়ালৰ লোকক জনোৱা হৈছিল ঘটনা বিৱৰণ আৰু সেনা তৰফৰ পৰা জুন জুলাই মাহত বৰফৰ মাজত উদ্ধাৰ কৰিবলৈ সক্ষম হব বুলি জানিবলৈ দিছিল পৰিয়ালক। এতিয়া গৰমৰ দিন লাডাখত এতিয়া বৰফ খুবেই কম ,সেয়েহে প্ৰায় দহ মাহৰ পিছত মৃত জুৱান জনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ভাৰতীয় সেনাই।আৰু লগতে মৃত গৌতম ৰাজবংশী,মৃতদেহ উদ্ধাৰ খবৰ পৰিয়ালক সোমবাৰে জানিবলৈ দিয়ে সেনাই।

ইফালে পৰিয়ালৰ লোকে অহা কাইলৈ অৰ্থাৎ বুধ বাৰে মৃতদেহ পৰিয়ালক গতাই দিব সি বুলি জানিবলৈ দিয়ে সংবাদ মাধ্যমক

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য