ধেমাজি জিলা চিচিবৰগাঁওত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বান আৰু গঢ়া খহনীয়াৰ পৰিদৰ্শন

ধেমাজি জিলা চিচিবৰগাঁওত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বান আৰু গঢ়া খহনীয়াৰ পৰিদৰ্শন ।


ধেমাজি জিলা চিচিবৰগাঁওত জলসম্পদ বিভাগৰ শ্লুইছ গেট আৰু খহনীয়া প্ৰতিৰোধপ ৰিদৰ্শন কৰে  মুখ্যমন্ত্ৰী গৰাকীয়ে ,আৰু পৰিদৰ্শন কৰি জলসম্পদ বিভাগক সম্ভাব্য সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰে বিভাগীয় কতৃপক্ষক ,

উক্ত খনত উপস্থিত থাকে মন্ত্ৰী ৰণোজ পেগু , মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মন্ত্ৰী পীযুষ হাজৰিকা লখিমপুৰ সাংসদ প্ৰদান বৰুৱা আৰু বিভাগীয় বিষয়া সকল উপস্থিত থাকে।

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য