ধেমাজি বৰদলনি সমবায় সমিতিলৈ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আৰ্থিক সাহায্য।
ধেমাজি বৰদলনি সমবায় সমিতিলৈ দেউৰী স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা আৰ্থিক সাহায্য।
আজি এই উপলক্ষে বৰদলনি সমবায় সমিতিত বিশেষ ৰাজহুৱা সভা সম্পন্ন।
সমবায় সমিতিৰ সম্পাদক প্ৰদীপ ৰঞ্জন দত্তয়ে আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ দেউৰীয়ে মুখ্য ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।
#সভাত নিজৰ বক্তব্যত নিজ পিতৃয়ে প্ৰতিস্থাপক সভাপতি হিচাপে কৰ্যভাৰ এৰি যোৱা সমবায় সমিতি খনলৈ প্ৰৰ্যাপ্ত সাহায্য আৰু আঁচনি অনুমোদন জনাব বুলি উল্লেখ কৰে।
#সভাই ৰাজহুৱা ভাৱে সমবায় সমিতি খনৰ বাউণ্ডাৰী ৱাল প্ৰদান কৰাৰ বাবে আবেদন জনায়।
#এইক্ষেত্ৰত দেউৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাকেশ দেউৰী আৰু জিন্তুচান দেউৰীয়ে উপস্থিত থাকি ৰাইজৰ আবেদনক গ্ৰাহ্য কৰি শীঘ্ৰ উক্ত আঁচনি অনুমোদনৰ বাবে ব্যৱস্থা গ্ৰসণ কৰিব বুলি ৰাইজৰ আগত মন্তব্য আগবঢ়ায়।
আজি উক্ত অনুষ্ঠানত উপস্থিত থাকে সমবায় সমিতিৰ খনৰ সভাপতি সম্পাদকৰ লগতে কৰ্মচাৰী সকল আৰু অঞ্চল টোৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে।

Comments
Post a Comment