ধেমাজি জিলা ঘূগুহা দ'ল আহোম সকলৰ ধৰ্মীয় পূ-ফী-ছ্যু, পূজা।
ধেমাজি জিলা ঘূগুহা দ'ল
আহোম সকলৰ ধৰ্মীয় পূ-ফী-ছ্যু, পূজা।
Anchor - অসমৰ অন্যতম সৰ্ববৃহৎ জনগোষ্ঠীৰ হৈছে আহোম জনগোষ্ঠী। উক্ত জনগোষ্ঠীৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ধেমাজি জিলা সহযোগত কেন্দ্ৰীয় ভিত্তিত ১৬ বাৰ্ষিক পূ-ফী-ছ্যু-পূজা ভাগী এদিনীয়া কাৰ্যসূচীৰে পশ্চিম ধেমাজি ত স্থিত ঐতিহাসিক ঘূগুহা দ'ল প্ৰাঙ্গন আয়োজন কৰে।
উল্লেখযোগ্য যে আহোম জনগোষ্ঠীৰ পয়-ফুৰা-লুং-ম্যুং-ডুন-চুন-খাম লোকসকলে মানৱ জাতি আৰু প্ৰকৃতিৰ দিঘায়ু কামনাৰে ধৰ্মীয় নীতি নিয়মেৰে পূজা অৰ্চনা কৰা হয়।
লগতে আজি উক্ত অনুষ্ঠানত উপস্থিত থাকে আহোম জনগোষ্ঠীৰ একাংশ জ্যেষ্ঠ গণ্য মান্য ব্যক্তি লগতে ধেমাজি জিলা গণ্য মান্য ব্যক্তি সকল আৰু জনগোষ্ঠীৰ কেন্দ্ৰীয় সমিতিৰ আৰু ধেমাজি জিলা বিষয় ববিয়া সকল উপস্থিত থাকে।

Comments
Post a Comment