বৰদলনি আৰক্ষী দ্বাৰা চুৰৰ বিৰুদ্ধে অভিযান,অভিযানত চাৰিজন লোকক আটক বৰদলনি আৰক্ষী  



গোগামুখ,বৰদলনী:৩০জুন: ৰাজ্যৰ লগতে ধেমাজি জিলা বিভিন্ন ঠাইত চুৰে তাণ্ডব চলোৱা সমান্তৰাল ভাৱে দেওবাৰে দিনৰ ভাগত ধেমাজি গোগামুখ থানাৰ অন্তৰ্গত বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বসন্ত শইকীয়াৰ নেতৃত্বত এটি আৰক্ষী দলে গোচৰ নং ৪৮/২৪ ভিত্তিত অভিযান চলাই ০৪(চাৰি) জন অপৰাধীক আটক কৰাৰ লগতে আটক কৰা  লোক কেইজনৰ পৰা ৪৪.৩০ গ্ৰাম চুৰি সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ।

ইফালে বাতৰি তৈয়াৰ কৰা সময়ৰ লৈকে চুৰ কেইটাই কৰ পৰা সোন আনিছিল জানিব পৰা হোৱা নাই, পিছত আৰক্ষীৰ অভিযানত সঠিক তথ্য জানিব পৰা যাব। লগতে আৰক্ষীয়ে চুৰ কেইটাক হোধা পোচা অব্যাহত ৰাখিছে।

Comments

Popular posts from this blog

Kisan Mela,ICAR–Indian Agricultural Research Institute (IARI), Assam

যোগভ্যাসক ভাৰতীয় চিকিৎসা শাস্ত্ৰত অন্যতম চিকিৎসা পদ্ধতি, নৱ নিৰ্মিত ৰুদ্ৰাক্ষ যোগভ্যাস কেন্দ্ৰ পৰিদৰ্শন কৰি অসম চৰকাৰৰ পৰ্যটন বিভাগৰ যুটীয়া সচিৱ মামণি পেৰ্মে পেগুৰ মন্তব্যৰ

বৰদলনি পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট অধিৱেশনলৈ পদ যাত্ৰায়ে ৰাওনা দুই সদস্য